চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস

আন্তৰিক অভিবাদন গ্ৰহণ কৰিব৷

বোকাখাতবাসী একাংশ শি‍ক্ষানুৰাগী ব্যক্তিৰ সপোনৰ বি‍জ্ঞান উচ্চশি‍ক্ষা অনুষ্ঠান চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়ৰ ত্ৰয়োবিংশতিতম প্ৰতিষ্ঠা দিৱস অহা ১২ ছেপ্তেম্বৰত অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে৷ উক্ত দিৱসৰ লগত সংগতি ৰাখি‍ গোলাঘাট জিলা ভিত্তিত ‘খগেশ্বৰ দত্ত সোঁৱৰণী আন্তঃবিদ্যালয় কুইজ প্ৰতিযোগিতা”খনিৰো আয়োজন কৰা হৈছে৷ ইচ্ছুক প্ৰতিযোগীক যোগাযোগ কৰিবলৈ জনোৱা হ”ল৷

লগতে মহাবিদ্যালয়ৰ সমূহ প্ৰতিষ্ঠাপক সদাশয় ৰাইজ আৰু শুভাকাংক্ষ‍ি ক প্ৰতিষ্ঠাদিৱসৰ কার্যসূচীলৈ নিমন্ত্ৰণ জনোৱা হ”ল৷

Leave a Reply

Your email address will not be published. Required fields are marked *