চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস

আন্তৰিক অভিবাদন গ্ৰহণ কৰিব৷ বোকাখাতবাসী একাংশ শি‍ক্ষানুৰাগী ব্যক্তিৰ সপোনৰ বি‍জ্ঞান উচ্চশি‍ক্ষা অনুষ্ঠান চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়ৰ ত্ৰয়োবিংশতিতম প্ৰতিষ্ঠা দিৱস অহা ১২ ছেপ্তেম্বৰত অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে৷ উক্ত দিৱসৰ লগত সংগতি ৰাখি‍ গোলাঘাট জিলা ভিত্তিত ‘খগেশ্বৰ দত্ত সোঁৱৰণী আন্তঃবিদ্যালয় কুইজ প্ৰতিযোগিতা”খনিৰো আয়োজন কৰা Read More …