Alumni

🏻সংবিধান খচৰাত সংযোজন/বিযোজনৰ নিৰ্দেশনা:
১৷ সংবিধান খনৰ খচৰা সকলোৰে বাবে মুকলি কৰি দিয়া হৈছে ৷
২৷  সকলোৱে প্ৰয়োজনীয় বুলি অনুভৱ কৰা দফাৰ সংযোজন /বিযোজন ঘটাই সংবিধানৰ খচৰাৰ ওপৰত  নিজ নিজ মন্তব্য
অহা ইং ৩০ এপ্ৰিল, ২০১৯ ৰ আগত cnbalumni@gmail.com ত প্ৰেৰণ কৰিব ৷
৩৷ সংশোধনৰ বাবে মূল খচৰাত কোনোধৰনৰ প্ৰত্যক্ষ সংশোধন নকৰি word file ত সংশ্লিষ্ট বাক্য বা শব্দত কেৱল Yellow highlighter ব্যৱহাৰ কৰিব ৷
৪৷ সংশোধনৰ বাবে দফা নং উল্লেখ কৰি আচুতীয়াকৈ (separate sheet) নিজৰ মন্তব্য ই-মেইল যোগে প্ৰেৰণ কৰিব৷
৫৷ সংশোধনৰ বাবে মন্তব্য প্ৰেৰণ কৰা সকলে নিজৰ নাম, বৰ্তমানৰ ঠিকনা, মোবাইল নম্বৰ,মহাবিদ্যালয়ত অধ্যয়ন কৰা বৰ্ষ আদি উল্লেখ কৰিব লাগিব ৷
৬৷  ইং ৩০ এপ্ৰিল, ২০১৯ ৰ পাছত কোনোধৰনৰ সংশোধনী প্ৰস্তাৱ গ্ৰহণ কৰা নহ’ব ৷
# সকলোৰে গঠনমূলক সহযোগিতা কামনা কৰিলো ৷
সংবিধানৰ খচৰা আৰু ল’গ’ৰ লিংকটো তলত দিয়া হ’ল।
বিনম্ৰতাৰে,🙏🏻
~মুখ্য সম্পাদক
সংবিধানৰ খচৰাৰ লিংক : Draft_Constitution_of_AACC
ল’গ’ৰ লিংক : AACC_Logo_1